বর্জিত খাদ্য
বিশ্বজুৰি খাদ্যৰ ক্ষতিসাধন আৰু বর্জিত খাদ্যৰ সমস্যা এক চিন্তনীয় বিষয়৷ ক্ষুধাতুৰ লোকৰ সংখ্যা বিশ্বৰ প্রান্তে প্রান্তে বৃদ্ধি পাই থকাৰ সময়তে বর্জিত খাদ্যৰ বিষয়টো চর্চাৰ কেন্দ্রবিন্দু হৈ পৰিছে৷ ২০১৪ চনৰ পৰাই ক্ষুধাতুৰ লোকৰ সংখ্যা বিশ্বৰ প্রান্তে প্রান্তে বিভিন্ন কাৰণত বৃদ্ধি হৈ থকাৰ বাবেই বর্জিত খাদ্য বন্ধ কৰাটো প্রাসংগিক হৈ উঠিছে৷ প্রতিদিনেই খাদ্যৰ…
Read More...