সম্পাদকীয় : বাণিজ্য যুদ্ধৰ আশংকা
আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে শপতগ্রহণ কৰাৰ পিছৰে পৰা বিশ্বজুৰি এখন অঘোষিত বাণিজ্য যুদ্ধৰ আশংকা ঘনীভূত হৈছে৷ বিভিন্ন দেশৰ পৰা আমেৰিকালৈ সৰবৰাহ হোৱা বিভিন্ন সামগ্রীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ হুংকাৰ দিয়ে ট্রাম্পে৷ তাৎক্ষণিকভাৱে প্রতিৱেশী কানাডা আৰু মেক্সিকোৰ সামগ্রীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰা হ’ব বুলি ট্রাম্পে ঘোষণা কৰে৷ মার্কিন…
Read More...