জলবায়ু পৰিৱর্তনৰ ভয়াৱহতা
সম্প্রতি জলবায়ু পৰিৱর্তনৰ ভয়াৱহতা মানৱ জাতিৰ বাবে অস্তিত্বৰ সংকট হৈ পৰিছে৷ বিজ্ঞানীসকলে জলবায়ু পৰিৱর্তনৰ বাবে পৃথিৱীৰ ওপৰত পৰিবলগীয়া নেতিবাচক প্রভাৱৰ বিষয়ে বাৰম্বাৰ সকীয়নি দিয়াৰ পিছতো বিশ্বৰ দেশসমূহে জলবায়ু পৰিৱর্তনৰ মূল কাৰকসমূহ নিয়ন্ত্রণ কৰাৰ ক্ষেত্রত পদক্ষেপ ল’বলৈ হোঁহকা–পিছলা কৰি আছে ৷ মানৱসৃষ্ট কাৰকৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধিয়েই জলবায়ু…
Read More...