কচুতলীয়ে যি ক’লে
সোণাপুৰৰ কচুতলীত ৰাজ্য চৰকাৰে চলাই থকা উচ্ছেদ শেহতীয়াকৈ স্থগিত ৰখা হৈছে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে ৩০ ছেপ্টেম্বৰলৈকে উচ্ছেদ অভিযান স্থগিত ৰাখিবলৈ দিয়া নির্দেশৰ পৰিপ্রেক্ষিতত জিলা প্রশাসনে অভিযান স্থগিত ৰাখে৷ অৱশ্যে অবৈধ দখলকাৰীৰ ক্ষেত্রত নহয়, ম্যাদী পট্টাধাৰী লোককহে উচ্ছেদ অভিযানৰ লক্ষ্য কৰি নল’বলৈ কোৱা হৈছে৷ জিলা প্রশাসনে জনজাতীয় বেষ্টনীৰ ভূমি ত্যাগ…
Read More...