সম্পাদকীয় : ইছলামিক মৌলবাদৰ ভাবুকি
ছাত্র আন্দোলনৰ নামত চুবুৰীয়া বাংলাদেশত চলি থকা বিভীষিকাৰ বিষবাষ্প অসম তথা ভাৰতবর্ষলৈ সম্প্রসাৰণ হৈছে৷ বাংলাদেশৰ সংৰক্ষণ ব্যৱস্থা বিলোপৰ নামত ছাত্র আন্দোলন আৰু পৰৱর্তী সময়ত হিংসাজর্জৰ পৰিস্থিতিৰ মাজত প্রধানমন্ত্রী পদৰ পৰা পদত্যাগ কৰি শ্বেখ হাছিনাই পলায়ন কৰা ঘটনাই বিশ্বজুৰি বিবেকৱান লোকক চিন্তিত কৰি তুলিছে৷ ডেৰ দশকৰো অধিক বাংলাদেশৰ ক্ষমতাত থকা শ্বেখ…
Read More...