সম্পাদকীয় : পেৰিছ অলিম্পিকলৈ ভাৰত
ক্রীড়া হৈছে শান্তি আৰু ভাতৃত্ববোধৰ আটাইতকৈ প্রধান মাধ্যম৷ এইক্ষেত্রত অলিম্পিক ক্রীড়া সমাৰোহ আছে আটাইতকৈ শীর্ষত৷ অলিম্পিকত বিশ্বৰ সর্বশক্তিমান দেশসমূহৰ উপৰি সর্বাধিক দেশৰ তাৰকা খেলুৱৈসকলে এক অঘোষিত ৰণত অৱতীর্ণ হয়৷ সেইবাবেই অলিম্পিক গেছমক কোৱা ‘গ্রেটেষ্ট শ্ব’ অন দ্য আর্থ’৷ এইবাৰ বিশ্বৰ এই সর্ববৃহৎ প্রতিযোগিতাখন অনুষ্ঠিত হ’ব পেৰিছত৷ প্রতিযোগিতাখনত…
Read More...