নীৰজ চোপ্ৰাই বিপদ মাতিছে তাৰকা ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়ালৈ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ আগষ্টঃ নীৰজ চোপ্ৰা আৰু মনু ভাকেৰে পেৰিছ অলিম্পিকত ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছিল। জেভলিন থ্ৰ’ ইভেণ্টত নীৰজে ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে শ্বুটিং কুইন মনু ভাকেৰে দুটা ব্ৰঞ্জৰ পদক লাভ কৰে। তৃতীয়টো ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ মাত্ৰ এখোজ বাকী আছিল মনু। এতিয়া ৰূপৰ পদক লাভ কৰা নীৰজ চোপ্ৰাই ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ হাৰ্দিক…
Read More...