নিউজ লাইভৰ প্ৰজ্ঞা সুন্দৰী ঢেকীয়াজুলিৰ জয়শ্ৰী দত্ত
বিশেষ বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ নিউজ লাইভৰ প্ৰজ্ঞা সুন্দৰী প্ৰতিযোগিতাত ঢেকীয়াজুলিৰ লক্ষ্মীনাথ বেজবৰুৱা একাডেমীৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰী জয়শ্ৰী দত্তই বিজয়ী হোৱাত আনন্দৰ বন্যা বৈছে কনিষ্ঠ মহাবিদ্যালয়খনত। ঢেকীয়াজুলিৰ লক্ষ্মীনাথ বেজবৰুৱা একাডেমীৰ অধ্যক্ষ কাজল বৰাই মেধা, অধ্যৱসায়, সৌন্দৰ্যৰ সমাহাৰৰ প্ৰতিযোগিতা প্ৰজ্ঞা সুন্দৰী প্ৰতিযোগিতাত…
Read More...