মুম্বাই এয়াৰপৰ্টত ষ্টাইলিছ লুকত মালাইকা, ইণ্টাৰনেটত খলকলি
নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ নৱেম্বৰঃ ফিটনেছৰ লগতে ফেশ্বন চেন্সৰ বাবেও পৰিচিত মালাইকা অৰোৰা। বিমানবন্দৰত প্ৰায়ে অতি ষ্টাইলিছ লুকত দেখা যায় অভিনেত্ৰীগৰাকীক। আনকি আজি পুৱাও মালাইকা অৰোৰাই অতি আচৰিত ৰূপত মুম্বাই বিমানবন্দৰত প্ৰৱেশ কৰিছিল। এই সময়ছোৱাত ৫১ বছৰীয়া মালাইকাক যিয়েই দেখিলে তেওঁৰ পৰা চকু আঁতৰাব নোৱাৰিলে। এই সময়ছোৱাত মালাইকাক বেইজ ৰঙৰ কোট…
Read More...