এডভান্সড বুকিঙত প্ৰত্যাশিত সফলতাৰ দিশে টাইগাৰ-৩
বিশেষ বাৰ্তা, ৭ নৱেম্বৰঃ শীঘ্ৰে মুক্তি পাবলৈ সাজু হৈছে ছলমান খানৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘টাইগাৰ ৩’। দীপাৱলী উপলক্ষে ছবিগৃহত মুক্তি পাব ছবিখন। ইতিমধ্যে ‘টাইগাৰ ৩’ৰ এডভান্স বুকিং আৰম্ভ হৈছে আৰু বাতৰিৰ পৰা অনুমান কৰা হৈছে যে ছবিখনৰ বক্স অফিচত গ্ৰেণ্ড অ’পেনিং হ’ব। ইয়াৰ লগে লগে ছবিখনে মুক্তিৰ প্ৰথম সপ্তাহতে ২০০ কোটি টকীয়া ক্লাবত প্ৰৱেশ কৰাত সফল হ’ব।…
Read More...