বিয়াৰ পাছতে অভিনেত্রী অংকিতাৰ পৰা কি দাবী কৰিলে শাহুৱেকে
বিশেষ বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ বিয়াৰ পাছত স্বামী বিকি জৈনৰ সৈতে সময় কটাইছে টিভি অভিনেত্রী অংকিতা লোখাণ্ডেই। প্রায়েই স্বামীৰ সৈতে ফটো তথা ভিডিঅ' শ্বেয়াৰ কৰিছে। এইবাৰ তেওঁ নিজৰ শহুৰৰ ঘৰৰ এটি ভিডিঅ' শ্বেয়াৰ কৰিছে য'ত তেওঁক শাহু মাকৰ সৈতে দেখা গৈছে। এই ভিডিঅ'ত শাহু মাকে অংকিতাক এনে দাবী কৰে যে তেওঁ লাজতে ৰঙা পৰি যায়। ইন্টাৰনেটত ভাইৰেল হৈছে এই…
Read More...