ইনষ্টাগ্ৰাম ৰীলৰ ভিউ আনক এই সাধাৰণ তথা প্ৰয়োজনীয় টিপছেৰে…
বিশেষ বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ সময়ৰ সোঁতত নতুন প্ৰজন্মৰ মাজত ফেচবুকৰ চাহিদা কমিছে। এতিয়া সেয়ে আজৰি সময়খিনিৰ বেছিভাগ সময় ইনষ্টাগ্ৰামত কটায়। লাগিলে সেয়া ভিৰৰ মেট্ৰ’ স্থানেই হওক বা কলেজৰ শ্ৰেণীকোঠা হওক, যুৱক-যুৱতীসকলৰ মবাইল ফোনলৈ এবাৰ চকু ফুৰালেই জানিব পৰা যায় যে তেওঁলোক ইনষ্টাগ্ৰামৰ ৰীল চোৱাত মগ্ন। কেতিয়াবা ঘৰৰ ছাঁদত বা ৰেষ্টুৰেণ্টত, কেতিয়াবা…
Read More...