এইবাৰ বায়ুসেনাৰ পাইলটৰ পোছাকত কংগনা ৰানাৱট
নিয়মীয়া বাৰ্তা, ১৭ ফেব্রুৱাৰীঃ বলিউডৰ মোহময়ী অভিনেত্ৰী কংগনা ৰানাৱটে পুনৰ এবাৰ ৰূপালী পৰ্দাত চমক দিবলৈ সাজু হৈছে । সোমবাৰে তেওঁৰ আহিবলগীয়া ছবি টেজাছ (Tejas)ৰ ফাৰ্ষ্ট ল'ক মুকলি হয় । ফাৰ্ষ্ট ল'কৰ মুকলিৰ পাছতেই তেওঁৰ অনুৰাগীসকলে প্ৰচাৰ কৰা আৰম্ভ কৰিছে ।
ইপিনে ছবিখনৰ ফাৰ্ষ্ট ল'কৰ বিষয়ে উল্লেখ কৰিবলৈ গ'লে দেখা গৈছে যে অভিনেত্ৰী কংগনাক হাতত এটা হেলমেট…
Read More...