হলীউডৰ ছবিঃ ৱান লিট্ল ফিংগাৰত অসমৰ ১৪ শিল্পী…
নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ নতুন বছৰটোৰ আৰম্ভণিতে অসমৰ সাংস্কৃতিক জগতলৈ এটা ভাল খবৰ৷ সমগ্র উত্তৰপূর্বঞ্চলৰ বাবেই এক গৌৰৱৰ বার্তা৷ আমেৰিকা যুক্তৰাষ্ট্রৰ কেলিফ’র্ণিয়াৰ প্রবাসী অসমীয়া আৰু যোৰহাটৰ সু–সন্তান ৰূপম শর্মাৰ দ্বাৰা প্রযোজিত, পৰিচালিত হলীউদৰ ছবি ৱান লিট্ল ফিংগাৰে অস্কাৰৰ ৩ টা শাখাত নমিনেচন লাভ কৰিছে৷ মনোনয়ন লাভ কৰা এই শাখা ৩ টা হৈছে শ্রেষ্ঠ…
Read More...