ভূপেন বৰাই শংকৰদেৱৰ বিষয়ে ভালকৈ পঢ়ি–শুনি লওক
🔹 গো–মাংস বিতর্কলৈ গুৰুজনাক টানি অনা এপিচিচিৰ সভাপতিক কটাক্ষ ড০ শর্মাৰ
বিশেষ বাৰ্তা, ৮ ডিচেম্বৰ : ৰাজ্যত অব্যাহত থকা গো–মাংস বিতর্কলৈ গুৰুজনা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱক টানি অনা প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাক তীক্ষ্ণ কটাক্ষ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বিষয়টো সম্পর্কত প্রতিক্রিয়া জানিব বিচৰাত মুখ্যমন্ত্রী ড০ শর্মাই মহাপুৰুষ…
Read More...