ৰাজ্যিক মুখ্য তথ্য় আয়ুক্তৰ পৰা পদত্যাগ ভাস্কৰজ্যোতি মহন্তৰ…
ডিজিটেল ডেস্ক, ৬ নৱেম্বৰ : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত অভিযুক্ত শ্যামকানু মহন্তৰ ভাতৃ ভাস্কৰজ্যোতি মহন্তই এৰিলে ৰাজ্যিক মুখ্য তথ্য আয়ুক্তৰ পদ। মুখ্যমন্ত্ৰীৰ পৰামৰ্শৰ পিছতে এই সিদ্ধান্ত লৈ ৰাজ্যৰ প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই ৰাজ্যপাললৈ প্ৰেৰণ কৰে পদত্যাগ পত্ৰ।
উল্লেখ্য যে হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছিংগাপুৰত ১৯…
Read More...