ডাউন টাউনৰ পৰা ছয়মাইললৈ যান-বাহন চলাচলত পথৰ সালসলনি
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ মাৰ্চঃ মহানগৰীৰ জিএছ ৰোডৰ ৰুক্মিণীগাঁৱত চলি থকা উৰণ সেতুৰ নির্মাণকার্যৰ বাবে সুৰক্ষিত যাতায়াতৰ প্রতি লক্ষ্য ৰাখি ডাউনৰ পৰা ছয়মাইললৈ বাহন চলাচলৰ ক্ষেত্রত পথ নির্দেশনা জাৰি কৰিছে মহানগৰ আৰক্ষীৰ যান–বাহন শাখাৰ ডিচিপিয়ে৷ জিএছ ৰোডৰ ডাউন টাউন হাস্পতালৰ সমীপত নির্মীয়মাণ উৰণ সেতুৰ ষ্টীল গার্ডাৰ মুকলি আৰু স্থাপনৰ বাবে আজিৰ পৰা কাম…
Read More...