মহবুবুল হক এজন ডাঙৰ প্রৱঞ্চক : মুখ্যমন্ত্রী
🔹 অসমৰ শিক্ষা ব্যৱস্থাক বজাৰলৈ ৰূপান্তৰ কৰিবলৈ দিয়া নহ’ব
নিয়মীয়া বার্তা, ২৩ ফেব্রুৱাৰী : শেহতীয়াকৈ বিতর্কত সাঙোৰ খাই পৰা ইউএছটিএমৰ উপাচার্য তথা শিক্ষা প্রতিষ্ঠানখনৰ স্বত্বাধিকাৰী মহবুবুল হকৰ গ্রেপ্তাৰ সম্পর্কত প্রতিক্রিয়া হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কেতবোৰ বিস্ফোৰক অভিযোগ প্রকাশ কৰিছে৷ চাংসাৰিত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০…
Read More...