সহযাত্রীৰ পৰা লোৱা ম’বাইলৰ প্লাগ–কেবল ওভতাই দিব নোৱাৰি দুঃখিত ড০ শর্মা
🔹 ডুবাই অভিমুখী বিমানত বিশেষ ঘটনা ঘটিল মুখ্যমন্ত্রীৰ
বিশেষ বাৰ্তা, ১০ এপ্রিল : নেদাৰলেণ্ড ভ্রমণলৈ যোৱা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ডুবাই অভিমুখী বিমানত এক বিশেষ ঘটনা সংঘটিত হয়৷ যাত্রাকালত মুখ্যমন্ত্রী ড০ শর্মাই এজন সহযাত্রীৰ পৰা আন্তঃৰাষ্ট্রীয় ম’বাইল প্লাগ আৰু কেবল এডাল লয়৷ কিন্তু সেই প্লাগ আৰু কেবল ওভতাই দিয়াৰ পূর্বে মুখ্যমন্ত্রী ড০ শর্মা…
Read More...