টি-২০ৰ পিছত এদিনীয়া শৃংখলাতো নিউজিলেণ্ডৰে লজ্জাৰ পৰাজয় পাকিস্তানৰ, দুবাৰকৈ হোৱাইট ৱাশ্বৰ সন্মুখীন
নিউজ ডেস্ক, ৫ এপ্ৰিলঃ এদিনীয়া শৃংখলাত নিউজিলেণ্ডে পাকিস্তানক হোৱাইট ৱাশ্ব কৰিছে। তৃতীয় এদিনীয়াখনত কিৱি দলটোৱে পাকিস্তানক ৪৩ ৰানত পৰাস্ত কৰে। বৰষুণৰ বাবে এই মেচখন ৪২ অভাৰ খেলা হয়। প্ৰথমে বেটিং কৰাৰ পিছত নিউজিলেণ্ডে ৪২ অভাৰত ৮ উইকেটত ২৬৪ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত পাকিস্তানৰ দলটোৱে ৪০ অভাৰত ২২১ ৰান সংগ্ৰহ কৰি পৰাস্ত হয়। পাকিস্তানৰ হৈ সৰ্বাধিক…
Read More...