ম্যানমাৰত মৃত্যু হোৱা লোকৰ সংখ্যাই অতিক্রম কৰিলে ২৭০০
🔹 ধ্বংসস্তূপৰ পৰা ১২০ ঘণ্টা পাছত জীৱন্তে উদ্ধাৰ যুৱকক
নিউজ ডেস্ক, ৩ এপ্রিল : ভূমিকম্পত ম্যানমাৰৰ অসংখ্য বাসগৃহ বিধ্বস্ত হৈছে৷ ইতিমধ্যে এই বিধ্বংসী ভূমিকম্পত দেশখনত প্রাণ হেৰুওৱা লোকৰ সংখ্যাই অতিক্রম কৰিছে ২৭০০৷ উদ্ধাৰকার্য যিমানে আগবাঢ়িছে সিমানে মৃতকৰ সংখ্যা বৃদ্ধি পাইছে৷ আশংকা কৰা হৈছে- এতিয়াও ধ্বংসস্তূপৰ তলত আবদ্ধ হৈ আছে শ শ লোক৷ এইবাৰ…
Read More...