নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আন্তঃৰাষ্ট্ৰীয়

বিধ্বংসী ভূঁইকঁপত বিধ্বস্ত ম্যানমাৰ–থাইলেণ্ড

🔹 ১০০০তকৈ অধিক লোকৰ প্রাণহানি : সন্ধানহীন সহস্ৰাধিক নিউজ ডেস্ক, ২৯ মার্চ : শক্তিশালী ভূমিকম্পই কঁপাই তুলিছে দক্ষিণ–পূব এছিয়া অঞ্চল৷ কালি পুৱা ৭.৭ প্রাবল্যৰ পাছত পুনৰ ৬.৪ প্রাবল্যৰ ভূমিকম্পত বিধ্বস্ত ম্যানমাৰ আৰু থাইলেণ্ডৰ বিভিন্ন অঞ্চল৷ শক্তিশালী ভূমিকম্পত বিধ্বস্ত হৈছে থাইলেণ্ডৰ ৰাজধানী বেংকক৷ বেংককত তাচপাতৰ দৰে খহি পৰে প্রাসাদোপম অট্টালিকা৷…
Read More...

জাপানত অসমৰ নাম মুখে মুখে, জাপানী উপাসক য়ুচুকেৰ মুখত অসমৰ চাহৰ প্ৰশংসা

বাৰ্তা ব্যুৰ', তেজপুৰ, ২৯ মাৰ্চঃ অসমৰ নাম জাপানৰ বহু লোকেই জানে৷ একেদৰে তেওঁলোকে জানে অৰুণাচল প্ৰদেশ আৰু দাৰ্জিলিঙৰ…

গাহৰিৰ যকৃত–মগজু মৃত মানুহৰ দেহত সফলতাৰে সংৰোপণ

🔹 চিকিৎসকৰ দলে কঢ়িয়াইছে বিশ্বজুৰি চিকিৎসা খণ্ডলৈ আশাৰ ৰেঙনি নিউজ ডেস্ক, ২৮ মার্চ : বিশ্বত প্রথমবাৰৰ বাবে চীনৰ…

‘ভ্লাডিমিৰ পুটিনৰ শীঘ্রেই মৃত্যু ঘটিব’

🔹 ৰাছিয়াৰ ৰাষ্ট্রপতিক লৈ বিস্ফোৰক দাবী ইউক্রেইনৰ ৰাষ্ট্রপতিৰ নিউজ ডেস্ক, ২৮ মার্চ : ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ…

ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, মোদীৰ ভাষ্য- এয়া যুদ্ধৰ যুগ নহয়

নিউজ ডেস্ক, ২৭ মাৰ্চঃ শীঘ্ৰে ভাৰত ভ্ৰমণ কৰিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পিছত…

জেফ বেজোছৰ হাইপ্ৰফাইল বিয়া, ৪০০০ কোটিৰ মেগা ইয়ট, প্ৰেমৰ প্ৰস্তাৱত ২১ কোটিৰ হীৰাৰ…

নিউজ ডেস্ক, ২৭ মাৰ্চঃ আমাজনৰ প্ৰতিষ্ঠাপক তথা বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি জেফ বেজোছে চলিত বৰ্ষৰ শেষৰ ফালে নিজৰ…

দক্ষিণ কোৰিয়াত বনজুইত ২৪জনৰ প্রাণহানি

🔹 ২৭ সহস্রাধিক লোকৰ ঘৰ এৰি পলায়ন নিউজ ডেস্ক, ২৭ মার্চ : বিধ্বংসী বনজুইৰ কবলত পৰিছে দক্ষিণ কোৰিয়া৷ দেশখনৰ বিস্তীর্ণ…

বিশ্বকাপ ফুটবললৈ যোগ্যতা অর্জন আর্জেণ্টিনাৰ, বিশ্ব চেম্পিয়নৰ হাতত বিধ্বস্ত ব্রাজিল

নিউজ ডেস্ক, ২৭ মাৰ্চঃ খেলপথাৰত নমাৰ কেইঘণ্টামান পূর্বেই ২০২৬ চনৰ ফিফা বিশ্বকাপ ফুটবললৈ যোগ্যতা অর্জন কৰিছিল…

অস্কাৰজয়ী পেলেষ্টাইনী চলচ্চিত্রকাৰক গ্রেপ্তাৰ ইজৰাইলৰ

নিউজ ডেস্ক, ২৬ মাৰ্চঃ অস্কাৰ বঁটা বিজয়ী পেলেষ্টাইনী ছবি পৰিচালকক পাশৱিকভাৱে প্রহাৰ কৰাৰ পিছত আবদ্ধ কৰি ৰাখিলে…