কুকুৰৰ ভ্রমণৰ অনুমতি নাপাই বাথৰুমতে এৰি গ’ল যাত্রীয়ে
🔹 নির্যাতনকাৰী মহিলাক জামিনত মুকলি
বিশেষ বাৰ্তা, ২৩ মার্চ : ফ্ল’ৰিডাৰ অর্লেণ্ডো আন্তর্জাতিক বিমানবন্দৰত এগৰাকী মহিলা যাত্রীয়ে পোহনীয়া কুকুৰৰ ভ্রমণৰ অনুমতি নাপাই কুকুৰটোক বাথৰুমতে এৰি থৈ যোৱা ঘটনাই ব্যাপক চর্চা লাভ কৰিছে৷ ঘটনাৰ বিৱৰণী মতে, মহিলাগৰাকীয়ে কুকুৰটোৰ ভ্রমণৰ বাবে প্রয়োজনীয় নথি-পত্র দিব নোৱাৰাৰ পৰিপ্রেক্ষিততেই অৱশেষত মহিলাগৰাকীয়ে কুকুৰটো…
Read More...