ডুবাইত টীম ইণ্ডিয়াৰ বাবে তৈয়াৰ নতুন পিটচ
নিউজ ডেস্ক, ১৮ ফেব্রুৱাৰী : ১৯ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব আইচিচি চেম্পিয়নছ ট্রফী৷ প্রতিযোগিতাখনৰ ভাৰতীয় দলটোৰ সকলো মেচ ডুবাইত অনুষ্ঠিত হ’ব৷ ২০ ফেব্রুৱাৰীত বাংলাদেশৰ বিপক্ষে খেলি প্রতিযোগিতাখনত অভিযান আৰম্ভ কৰিব ৰোহিত বাহিনীয়ে৷ ডুবাইত ভাৰতীয় দলটোৱে কেনেকুৱা খেলপথাৰত মেচ খেলিব, তাক লৈ চর্চা চলি থকাৰ সময়তে ডুবাইৰ খেলপথাৰৰ এজন বিষয়াই সংবাদ মাধ্যমৰ আগত…
Read More...