বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ দিল্লীবিদ্বেষৰ সুযোগ আগ্রাসী ড্রেগনৰ দেশৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ ফেব্ৰুৱাৰীঃ ৰক্তক্ষয়ী সংঘর্ষৰ মাজতে শ্বেখ হাছিনা চৰকাৰৰ পতনৰ লগে লগে বাংলাদেশৰ ৰাজনীতিত এক সাংঘাতিক পৰিৱর্তন আহিছে৷ সমগ্র বাংলাদেশজুৰি সম্প্রতি দিল্লী–ভাৰতবিদ্বেষ৷ ইতিহাস তথা কৃতজ্ঞতা পাহৰি মহম্মদ ইউনুছ নেতৃত্বাধীন বর্তমানৰ অন্তর্ৱর্তী চৰকাৰখনে মিত্রতা গঢ়ি তুলিছে ভাৰতৰ চিৰবৈৰী পাকিস্তানৰ সৈতে৷ ইয়াৰ সুযোগ লৈ বাংলাদেশত…
Read More...