নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আন্তঃৰাষ্ট্ৰীয়

পশ্চিমবংগত মালবাহী ৰে’লে খুন্দিয়ালে কাঞ্চনজংঘা এক্সপ্রেছত

🔹 ১৫জনৰ মৃত্যু, ২৫জনতকৈ অধিক আহত 🔹 ছিগনেল অৱজ্ঞা কৰিছিল মালবাহী ৰে’লৰ চালকে বিশেষ বাৰ্তা, ১৭ জুন : পশ্চিমবংগৰ দার্জিলিং জিলাত আজি পুৱা এক ভয়াৱহ ৰে’ল দুর্ঘটনা সংঘটিত হয়৷ নিউ জলপাইগুৰিৰ সমীপৱর্তী ৰঙাপানী ষ্টেচনৰ ওচৰত ৰাখি থোৱা যাত্রীবাহী কাঞ্চনজংঘা এক্সপ্রেছত পিছফালৰ পৰা মালবাহী ৰে’ল এখনে প্রচণ্ড খুন্দা মৰাত ভয়াৱহ ৰে’ল দুর্ঘটনাটি সংঘটিত হৈছে৷ এই…
Read More...

মানুহ-কৃত্রিম মেধাই হেক কৰিব পাৰে ইভিএম!

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ জুনঃ অলপতে হৈ যোৱা দেশৰ লোকসভা নির্বাচনৰ পূর্বে তথা এই নির্বাচন প্রক্রিয়া চলি থকাৰ মাজতে…

বাৰ বছৰীয়া কিশোৰীক বিয়া কৰাবলৈ গৈ পাকিস্তানত গ্রেপ্তাৰ বৃদ্ধ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ জুনঃ বিয়া পাগল বৃদ্ধ পাকিস্তানৰ ৭২ বছৰীয়া এজন বৃদ্ধই ১২ বছৰীয়া এজনী নাবালিকাক বিয়া…

যুদ্ধ-সংঘর্ষৰ ফলত বিশ্বত গৃহহীন ১২ কোটি লোক

🎯স্থানচ্যুত লোকৰ সংখ্যা জাপানৰ জনসংখ্যাৰ সমান নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ জুনঃ যুদ্ধ আৰু সংঘর্ষই অসংখ্য মানুহৰ…

গান্ধীৰ প্রতিমূর্তি ভাঙি মোদীৰ ইটালী ভ্রমণৰ পূর্বে খালিস্তানীৰ তাণ্ডৱ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ জুনঃ পুনৰ বিদেশৰ মাটিত খালিস্তানীৰ তাণ্ডৱ আমেৰিকা, কানাডাৰ পিছত এইবাৰ ইটালীত মহাত্মা…

অপৰাধ গোচৰত দোষী সাব্যস্ত আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনৰ পুত্র

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ জুনঃ মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনৰ পুত্র হাণ্টাৰ অপৰাধ গোচৰত দোষী সাব্যস্ত হোৱাৰ লগে লগে…

এলন মাস্কৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৩ জুনঃ বিশ্বৰ অন্যতম ধনকুবেৰ তথা স্পেছ এক্স আৰু টেছলা কোম্পানীৰ চিইঅ’ এলন মাস্কৰ বিৰুদ্ধে…

অন্তর্বাসৰ ভিতৰত ৩৩ কেজি সোণ সৰবৰাহ!

🔹 মুম্বাই বিমানবন্দৰত গ্রেপ্তাৰ আফ্রিকাৰ পৰা অহা দুই মহিলাক বিশেষ বাৰ্তা, ১১ জুন : অন্তর্বাসত লুকুৱাই সোণ সৰবৰাহৰ…

মার্কিন মহিলাক ৩০০ টকাৰ নকল অলংকাৰ ৬ কোটিত বিক্রী

🔹 জয়পুৰৰ ব্যৱসায়ীৰ বিৰুদ্ধে প্রতাৰণাৰ গোচৰ বিশেষ বাৰ্তা, ১১ জুন : ৰাজস্থান ভ্রমণ কৰিবলৈ আহি প্রতাৰণাৰ বলি হ’ল…

প্রব্রজনকাৰীৰ নাও দুর্ঘটনাত ৪৯জনৰ মৃত্যু : ১৪০জন সন্ধানহীন

বিশেষ বাৰ্তা, ১১ জুন : হৰ্ন অৱ আফ্রিকাৰ অন্যতম দেশ হিচাপে পৰিচিত ছোমালিয়াৰ পৰা শৰণার্থী কঢ়িওৱা নাও য়েমেনৰ উপকূলৰ…