বিষাক্ত সুৰাপান কৰি ৩৮জনৰ মৃত্যু
🔹 হাস্পতালত মৃত্যুৰে যুঁজিছে শতাধিক অসুস্থ লোকে
বিশেষ বাৰ্তা, ২১ জুন : তামিলনাডুত কাল্লাকুৰিছি জিলাত বিষাক্ত সুৰা সেৱন কৰি ৩৮জন লোকৰ কৰুণ মৃত্যু ঘটিছে৷ এই বিষাক্ত সুৰা সেৱনৰ ফলত ১০০তকৈ অধিক লোক বর্তমান চিকিৎসালয়ত ভর্তি হৈ আছে৷ চিকিৎসাধীন হৈ থকা কেইবাজনো লোকৰ অৱস্থা অতিকে সংকটজনক৷ কাল্লাকুৰিছি জিলাত বিষাক্ত সুৰা সেৱন কৰাৰ পাছত ৩৮জন লোকৰ কৰুণ…
Read More...