ইডেন গাৰ্ডেনৰ গেলেৰীত উদ্ধাৰ যুৱকৰ ওলমি থকা মৃতদেহ
বিশেষ বাৰ্তা, ১৮ ডিচেম্বৰ : ইডেন গাৰ্ডেনত উদ্ধাৰ হৈছে যুৱকৰ মৃতদেহ। সোমবাৰে পুৱা গেলেৰীৰ কে ব্লকৰ পৰা ২১ বছৰীয়া যুৱক এজনৰ মৃতদেহ উদ্ধাৰ কৰে। জানিব পৰা মতে, মৃত লোকজনৰ নাম ধনঞ্জয় বাৰিক। তেওঁৰ পিতৃ আৰু ককাকে ইডেনত গাৰ্ডেনত কাম কৰিছিল। জানিব পৰা মতে, মৃতকৰ পিতৃ আৰু ককাকে ইডেনত গ্ৰাউণ্ড ষ্টাফ হিচাপে কাম কৰিছিল। ধনঞ্জয়েও সেই কামত যোগদান কৰিব…
Read More...