মৃতদেহ বিচাৰিবলৈ ঈগল–শগুন ব্যৱহাৰ ইজৰাইলৰ
🔹 হামাছৰ হাতত নিহত বহু লোকৰ সন্ধান নাই : চিকাৰী চৰাইক ভৰসা সেনাৰ
বিশেষ বাৰ্তা, ১৭ নৱেম্বৰ : নাৰকীয় যুদ্ধত শিশু আৰু বৃদ্ধৰ পার্থক্য নাখাটে৷ শেষকৃত্যৰ পৰিৱর্তে গণকবৰত ৰখা হয় মৃতদেহ৷ মানুহ মানেই শৱ৷ ইজৰাইল–হামাছৰ যুদ্ধত মৃতদেহ বা শৱ বিচাৰিবলৈ ঈগল আৰু শগুনৰ দৰে চিকাৰী চৰাইক অভিনৱভাৱে কামত লগাইছে নেতান্যেহুৰ বাহিনীয়ে৷ এই চিকাৰী চৰাইবোৰৰ প্রিয় খাদ্য…
Read More...