দক্ষিণ আফ্ৰিকাত ২০২৪ৰ ১৯ অনূৰ্ধ্ব বিশ্বকাপ
বিশেষ বাৰ্তা, ২১ নৱেম্বৰঃ শ্ৰীলংকাৰ ক্ৰিকেট বেয়া পৰ্যায়ৰ মাজেৰে পাৰ হৈ গৈছে। ২০২৩ চনৰ বিশ্বকাপৰ পৰা বাহিৰ হৈছিল শ্ৰীলংকাৰ দলটোৱে। এতিয়া আৰু এটা অসুবিধা বাঢ়িছে। শ্ৰীলংকাৰ পৰা অনূৰ্ধ্ব-১৯ বিশ্বকাপ ২০২৪ৰ আয়োজক কাৰ্যসূচী কাঢ়ি লৈছে আইচিচিয়ে। শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডত চলি থকা অশান্তিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। এতিয়া আইচিচিয়ে আতিথ্য…
Read More...