ঢাকাত বিধ্বংসী অগ্নিকাণ্ডত পাঁচশ দোকান ভস্মীভূত
বিশেষ বাৰ্তা, ১৪ ছেপ্টেম্বৰ : ঢাকাত এক বিধ্বংসী অগ্নিকাণ্ডত কমেও পাঁচশ দোকান জ্বলি ছাই হয়। জানিব পৰা মতে, বৃহস্পতিবাৰে পুৱা প্ৰায় ৪ বজাত ৰাজধানী ঢাকাৰ মহম্মদপুৰৰ কৃষি বজাৰত অগ্নিকাণ্ড সংঘটিত হয়। ১৭খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী এখন এখনকৈ সেই স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। ২০খন সোণৰ দোকানসহ পাঁচশখন দোকান জ্বলি ছাই হৈ পৰে। এই…
Read More...