ডিজেল গাড়ীৰ নির্মাণ বন্ধ কৰাৰ আহ্বান গাডকাৰীৰ
🔹 অত্যধিক প্রদূষণ সৃষ্টি : কঠোৰ হ’ব চৰকাৰ
বিশেষ বাৰ্তা, ১২ ছেপ্টেম্বৰ : বায়ু প্রদূষণত ডিজেলচালিত গাড়ীৰ অৰিহণা যথেষ্ট বেছি৷ আজি নতুন দিল্লীত এক বৈঠকত এই দাবী কৰিলে কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীয়ে ৷ গাড়ী নির্মাতা সংস্থাসমূহক ডিজেল গাড়ীৰ নির্মাণ বন্ধ কৰাৰ বার্তা দি মন্ত্রীগৰাকীয়ে কয় যে ডিজেল গাড়ীক লাহে লাহে বিদায় জনাব লাগিব৷ অন্যথা এই…
Read More...