গেইলক পিছ পেলোৱাৰ লক্ষ্য হিটমেন ৰোহিতৰ
বিশেষ বাৰ্তা, ৮ ছেপ্টেম্বৰঃ ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন অ’পেনাৰ ক্ৰিছ গেইলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ছয় কোবাইছে। কিন্তু এতিয়া ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই ক্ৰিছ গেইলৰ অভিলেখৰ ওপৰত চকু ৰাখিছে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ছয়ৰ অভিলেখ ভংগ কৰিব বিচাৰিছে ৰোহিত শৰ্মাই। ক্ৰীড়া সাংবাদিক বিমল কুমাৰৰ সৈতে হোৱা কথা-বতৰাত ৰোহিত শৰ্মাই কয় যে ছয়ৰ…
Read More...