অৱশেষত ঘোষিত হ’ল চেম্পিয়নছ ট্রফীৰ সূচী
🔹 ২৩ ফেব্রুৱাৰীত ডুবাইত ভাৰত–পাকিস্তানৰ হাইভল্টেজ মেচ
নিউজ ডেস্ক, ২৫ ডিচেম্বৰ : বহু বিতর্কৰ অন্তত অৱশেষত ঘোষিত হ’ল আইচিচি চেম্পিয়নছ ট্ৰফীৰ সময়সূচী৷ ভাৰতীয় ক্রিকেট ব’ৰ্ড আৰু পাকিস্তানৰ ক্রিকেট ব’ৰ্ডৰ মাজত চলি থকা বিবাদ আঁতৰাৰ পাছতে আইচিচিয়ে প্রকাশ কৰিলে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ খেলৰ সময়সূচী৷ অহা বর্ষৰ ১৯ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী…
Read More...