নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আন্তঃৰাষ্ট্ৰীয়

বাংলাদেশৰ ৰাজনীতিত এটা যুগৰ অন্ত : খালেদা জিয়াৰ পৰলোকগমন

বাংলাদেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ দীৰ্ঘদিনীয়া ৰোগৰ পিছত দেহাৱসান ঘটিছে। মঙলবাৰে বাংলাদেশ নেচনেলিষ্ট পাৰ্টী (বিএনপি)-এ এই খবৰ নিশ্চিত কৰে। ৮০ বছৰীয়া খালেদা জিয়া লিভাৰ চিৰ’ছিছ ৰোগত আক্ৰান্ত আছিল। চিকিৎসকসকলৰ মতে, তেওঁ আৰ্থ্ৰাইটিছ আৰু ডায়েবেটিছতো ভুগি আছিল। ইয়াৰ উপৰি তেওঁ হৃদৰোগতো আক্ৰান্ত আছিল। খালেদা জিয়া দুবাৰ বাংলাদেশৰ…
Read More...

৫ দিনত ৫ হাজাৰ কিলোমিটাৰ উৰি অভিলেখ ক্ষুদ্র পক্ষী আপাপাঙৰ

নিউজ ডেস্ক, ৩০ ডিচেম্বৰ : ডেউকা কোবাই উত্তৰ–পূব ভাৰতৰ মণিপুৰৰ পৰা সুদূৰ আফ্রিকা মহাদেশৰ এখন দেশ পালেগৈ বাজ প্রজাতিৰ…

বৰফাবৃত কাশ্মীৰত অনুপ্রৱেশ ৩০ পাকিস্তানী সন্ত্রাসবাদীৰ

নিউজ ডেস্ক, ২৯ ডিচেম্বৰ : কাশ্মীৰ উপত্যকাত বিচৰণ কৰিছে কমেও ৩০জন পাকিস্তানী সন্ত্রাসবাদীয়ে৷ প্রবল শীতৰ সুযোগ লৈ…

জম্মুত ৩০ পাক উগ্রপন্থীৰ আত্মগোপন, কূটাঘাতৰ আশংকাত ভাৰতীয় সেনাৰ অভিযান তীব্রতৰ

ডিজিটেল ডেস্ক, ২৮ ডিচেম্বৰ : জম্মুত আত্মগোপন কৰি আছে ৩০ৰ পৰা ৩৫ পাকিস্তানী উগ্রপন্থীয়ে৷ এই গোপন তথ্য লাভ কৰাৰ পিছত…

চলিত বর্ষত ছৌদি আৰবৰ পৰা বিতাড়িত ১১ হাজাৰ ভাৰতীয়…

অবৈধ অনুপ্রৱেশকাৰীক বিতাড়ন কৰাৰ বাবে সমগ্র বিশ্বত আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে শিৰোনাম দখল কৰি থকাৰ মাজতে…

পাকিস্তান ত্যাগ হাজাৰ হাজাৰ চিকিৎসক–অভিযন্তাৰ

পাকিস্তানৰ ভৱিষ্যৎ ঘোৰ অন্ধকাৰৰ দিশে গতি কৰিছে৷ ৰাজনৈতিক অস্থিৰতা আৰু আর্থিক সংকটে জুৰুলা কৰা দেশখনত দৈনিক শ শ…

দেশ ত্যাগ সহস্ৰাধিক শিক্ষিত পাকিস্তানীৰ, শাসক-সেনা নেতৃত্বৰ বক্তব্যৰ বিপৰীত ছবি

পাকিস্তান এই সময়ত নিজৰ ইতিহাসৰ আটাইতকৈ গুৰুতৰ ডাঙৰ সমস্যাৰ সন্মুখীন হৈছে। অৰ্থনৈতিক দুৰ্বলতা, ৰাজনৈতিক অনিশ্চয়তা…

বৰফৰ মাজতে অগ্নিকাণ্ড ! জাপানৰ এক্সপ্ৰেছৱেৰ পথ দুৰ্ঘটনাই জোকাৰিলে দেশ

জাপানত বছৰৰ শেষ দিনসমূহ আৰু নতুন বছৰৰ ছুটীৰ আৰম্ভণিৰ মাজতেই সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ দেশখনক জোকাৰি…

চীনত মুকলি বিশ্বৰ দীর্ঘতম এক্সপ্রেছৱে সুৰংগ

আন্তঃগাঁথনিৰ ক্ষেত্রত চমকপ্রদ উন্নতিৰ সোপান দেখুৱাই আহিছে চুবুৰীয়া ৰাষ্ট্র চীনে৷ শেহতীয়াকৈ দেশখনৰ জিনজিয়াং প্রদেশত…

কাশ্মীৰৰ নিয়ন্ত্রণ ৰেখাত সেনা বৃদ্ধি পাকিস্তানৰ

নিয়ন্ত্রণ ৰেখা বা এলঅ’চিৰ সিপাৰে ৰাৱালকোড, কোটলি আৰু ভিম্বৰ ছেক্টৰত ইতিমধ্যে ‘কাউণ্টাৰ আনমেনড এৰিয়েল ছিষ্টেম চমুকৈ…