ইৰানত প্ৰতিবাদৰ জুই : দেশজুৰি পথ অৱৰোধ-অগ্নিসংযোগ
ইৰানত চলি থকা প্ৰতিবাদে দেশখনৰ সকলো ৩১খন প্ৰদেশৰ ১১১খন চহৰ আৰু সৰু নগৰলৈকে বিস্তাৰ লাভ কৰিছে। বিভিন্ন প্ৰতিবেদন অনুসৰি, এতিয়ালৈকে কমেও ৩৪জন প্ৰতিবাদকাৰী আৰু ৪জন সুৰক্ষাকৰ্মীৰ মৃত্যু ঘটিছে। ইয়াৰ উপৰি ২,২০০জন প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।
প্ৰতিবাদকাৰীসকলে ইৰানৰ বিভিন্ন স্থানত পথ অৱৰোধ কৰি অগ্নিসংযোগ কৰাৰ ঘটনাও সংঘটিত কৰিছে। প্ৰতিবাদ চলাকালীন…
Read More...