ছুইছ বেংক -ত ভাৰতীয়ৰ জমা ৩৭,৬০০ কোটি টকা
🔹 ছুইছ বেংক -ত ভাৰতীয়ৰ জমা ৩৭,৬০০ কোটি টকা
🔹 ক’লাধন : এছএনবিৰ প্রতিবেদনত চাঞ্চল্যকৰ তথ্য
নিউজ ডেস্ক, ২১ জুন : ছুইছ বেংকত অভাৱনীয় হাৰত বৃদ্ধি পাইছে ভাৰতীয় নাগৰিকৰ জমাধন৷ বিগত বর্ষটোত ইয়াৰ পৰিমাণ ৩৫৪ কোটি ছুইছ ফ্রাংক হৈছেগৈ, যিটো ভাৰতীয় মুদ্রাৰ হিচাপত প্রায় ৩৭,৬০০ কোটি টকা৷ এই তথ্য প্রকাশ পাইছে ছুইছ নেচনেল বেংক (এছএনবি)ৰ শেহতীয়া প্রতিবেদনত৷…
Read More...