ইউৰোপৰ ২৭ দেশৰ পর্যটকে ভ্রমণ কৰিব পাৰিব অসম
ডিজিটেল ডেস্ক, ২১ জুন : ৰাজ্যৰ আন্তঃৰাষ্ট্রীয় পর্যটন আৰু গ্রাম্য অর্থনীতিলৈ ইতিবাচক বার্তা কঢ়িয়াই ইউৰোপীয়ান ইউনিয়নে আনুষ্ঠানিকভাৱে প্রত্যাহাৰ কৰিলে দীর্ঘদিনীয়া ভ্রমণৰ নিষেধাজ্ঞা৷ অশান্ত অঞ্চল হিচাপে ইউৰোপীয়ান ইউনিয়নৰ দেশসমূহৰ নাগৰিকসকলক অসম ভ্রমণ নকৰিবলৈ পূর্বে জাৰি কৰি ৰখা নিষেধাজ্ঞা প্রত্যাহাৰে স্বাভাৱিকতে ৰাজ্যৰ পর্যটন অর্থনীতিলৈ নমাই আনিছে আশাৰ…
Read More...