বছৰি ১০ লাখ বর্গকিলোমিটাৰ ভূমিক্ষয় পৃথিৱীৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ ডিচেম্বৰঃ ভয়াৱহ গতিত বিশ্বজুৰি ভূমিক্ষয় চলি আছে৷ বছৰি ১০ লাখ বর্গকিলোমিটাৰকৈ ভূমিক্ষয় হৈছে পৃথিৱী গ্রহৰ৷ জলবায়ু পৰিৱর্তন ৰোধ, প্রকৃতিক ৰক্ষা কৰা নাইবা পৰিৱেশৰ স্থিতাৱস্থা অক্ষত ৰখা ক্রমাৎ দুৰূহ হৈ পৰিছে৷ শেহতীয়াকৈ ৰাষ্ট্রসংঘৰ তৰফৰ পৰা প্রকাশিত এক গৱেষণা–পত্রত এই দাবী কৰা হৈছে৷ গৱেষকসকলে সদৰী কৰা অনুসৰি, ইতিমধ্যে এক কোটি ৫০…
Read More...