হংকঙত সৰ্ববৃহৎ অগ্নিকাণ্ডত ৪৪জনৰ প্ৰাণহানি, ৩০০জন সন্ধানহীন
ডিজিটেল ডেস্ক, ২৭ নৱেম্বৰ : বুধবাৰে নিশা হংকং এক ভয়ংকৰ দুৰ্ঘটনাৰ সাক্ষী হয়। আধুনিক নগৰখনৰ গৌৰৱত আঘাত হানিছে বিগত তিনি দশকৰ ভিতৰত দেশখনত সংঘটিত হোৱা সৰ্ববৃহৎ অগ্নিকাণ্ডই। তাইপোত থকা বহু মহলীয়া অট্টালিকাত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ পিছত জুই ইটোৰ পিছত সিটো অট্টালিকালৈ সম্প্ৰসাৰিত হয়। এই ঘটনাত এতিয়ালৈকে মৃত্যু হৈছে ৪৪জনৰ। বৃহস্পতিবাৰে পুৱালৈকে প্ৰায়…
Read More...