পাঁচদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আমেৰিকাৰ অবৰ সচিব এলিচন হুকাৰ
🔹 বিদেশ সচিব বিক্রম মিস্ত্রীৰ সৈতে বৈঠকৰ সূচী এলিচন হুকাৰৰ
নিউজ ডেস্ক, ৮ ডিচেম্বৰ : ভাৰত, ৰাছিয়া, আমেৰিকা- এই তিনি শক্তিধৰ ৰাষ্ট্রৰ মাজৰ ত্রিকোণীয়া সম্পর্ক ক্রমশঃ জটিল হৈ পৰিছে৷ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰা, ভাৰত–পাক যুদ্ধ সন্দর্ভত বাৰে বাৰে মধ্যস্থতাৰে যুদ্ধৰ অৱসান ঘটোৱাৰ দাবী আৰু কঠোৰ অভিবাসী নীতিৰে…
Read More...