মৰুভূমিত নিজ বিষ্ঠাৰে জৈৱ গেছ প্রস্তুত কৰি খাদ্য প্রস্তুত মার্কিন দম্পতীৰ
নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰ: চহৰত জীৱন ভাল নালাগে৷ সেইবাবে চহৰৰ পৰা দূৰৈত ঘৰ বন্ধাৰ ইচ্ছা জাগ্রত হয় হুইটনি নিউকার্ক আৰু তেওঁৰ স্বামী ট্রেণ্ডৰ৷ কিন্তু পছন্দৰ ঠাই হৈছে মৰুভূমি৷ প্রথমে নিজেই সংশয়ত আছিল নিউকার্ক৷ শেষপর্যন্ত সেই অসাধ্য সাধন কৰি পেলালে দুয়োগৰাকীয়ে৷ আমেৰিকাৰ মৰুভূমিৰ মাজত সংসাৰ কৰিছে দুয়ো৷ আমেৰিকাৰ উইছকনছিনৰ পৰা মৰুভূমিলৈ যাত্রাৰ…
Read More...