ক’ভিডৰ মাজতে অচিন মহামাৰীৰ আতংক উত্তৰ কোৰিয়াত
নিয়মীয়া বাৰ্তা ১৭ জুন: ক’ভিড মহামাৰীৰ মাজতে উত্তৰ কোৰিয়াক অন্য এক মহামাৰীয়ে দেখা দিছে৷ অন্ত্র বা পেটৰ পীড়াৰ পৰা এই মহামাৰীৰ উদ্ভৱ হোৱা বুলি দেশখনৰ সংবাদ মাধ্যমে সদৰী কৰিছে যদিও সবিশেষ তথ্য প্রকাশ কৰা নাই৷ চৰকাৰী সংবাদ সংস্থা কেচিএনএৰ প্রতিবেদন অনুসৰি কালি পশ্চিম প্রান্তৰ বন্দৰ চহৰ হিজুলৈ ৰাষ্ট্রপতি কিম জং–উনে নিজাববীয়াকৈ দৰব প্রেৰণ কৰিছে৷…
Read More...