বিশ্বপ্রসিদ্ধ পেইণ্টিং মনালিছাত কেক ক্রীম সানিলে বৃদ্ধাৰ বেশত মহিলাই, ছ’চিয়েল মিডিয়াত ভাইৰেল
নিয়মীয়া বাৰ্তা, ১জুন: বিশ্বপ্রসিদ্ধ শিল্পী লি’নার্ড’ দা ভিন্সিৰ চিৰযুগমীয়া পেইণ্টিং মনালিছাত কেক ক্রীম সনাক লৈ বিশ্বজুৰি ব্যাপক চর্চা হৈছে৷ বৃদ্ধা মহিলাৰ বেশত এজন লোকে অতি সুৰক্ষিত পেৰিছৰ লৌৰভে সংগ্রহালয়ত পেইণ্টিঙৰ অনুৰাগীৰ মাজতে আচম্বিতে মনালিছাৰ ওপৰত কেক ক্রীম সনা ভিডি’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে৷ বিশ্বখ্যাত পেইণ্টিং মনালিছাত কেক ক্রীমেৰে দাগ…
Read More...