১৫ এপ্রিলত ভাৰতলৈ আহিব ডেনমার্কৰ প্রধানমন্ত্রী ফ্রেডেৰিকছেন
ক’ভিড–১৯ মহামাৰীৰ মাজত প্রথমবাৰলৈ ডেনমার্কৰ প্রধানমন্ত্রী মেট্টে ফ্রেডেৰিকছেনে অহা মাহত ভাৰত ভ্রমণ কৰিব৷ ক’ভিড মহামাৰীৰ মাজত কোনো দেশৰ চৰকাৰৰ প্রথমগৰাকী মুৰব্বী হিচাপে মেট্টেই ভাৰতত উপস্থিত হ’ব৷ আগন্তুক ১৫ এপ্রিলত প্রধানমন্ত্রীগৰাকীয়্ আহি নতুন দিল্লীত উপস্থিত হ’ব বুলি দুয়োখন দেশৰ চৰকাৰী সূত্রই সদৰী কৰিছে৷ নতুন দিল্লীৰ সৈতে স্কেণ্ডেনিয়ান বা নর্ডিক…
Read More...