নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আন্তঃৰাষ্ট্ৰীয়

ভাৰত–প্রশান্ত মহাসাগৰীয় অঞ্চলত চীনক প্রত্যাহ্বান জনোৱাৰ সংকল্প; জাপানৰে এমএলএছএ চুক্তিত স্বাক্ষৰ ভাৰতৰ

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ লাডাখ সীমান্ত চীনৰ সৈতে সংঘাত চলি থকাৰ সময়তে ভাৰতে কালি জাপানৰ সৈতে প্রতিৰক্ষা খণ্ডত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে৷ ভাৰত–প্রশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ দখলদাৰী অভিসন্ধিক প্রতিহত কৰাৰ লক্ষ্যৰে নতুন দিল্লী আৰু টকিঅ’ই কালি মিউছুৱেল লজিষ্টিকছ ছার্পোট এৰেঞ্জমেণ্ট (এমএলএছএ)ত স্বাক্ষৰ কৰে৷ ভাৰতৰ হৈ কেন্দ্রীয় প্রতিৰক্ষা সচিব…
Read More...

পুনৰ বিজয়ৰ সংকল্পৰে ছ্যু কীৰ নির্বাচনী প্রচাৰ অভিযান

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ আগন্তুক নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নির্বাচনৰ পূর্বে ম্যানমাৰৰ শীর্ষ নেত্রী আং…

ব্যাপক হাৰত মানৱ অধিকাৰ উলংঘা কৰিছে চীনে; তিনি শতাধিক সংগঠনৰ ৰাষ্ট্রসংঘলৈ পত্র

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ চীনৰ অভ্যন্তৰত ভয়াৱহভাৱে উলংঘা হৈছে মানৱ অধিকাৰ৷ তিনি শতাধিক সামাজিক তথা মানৱ অধিকাৰ…

ইৰাকৰ পৰা গৃহভূমিলৈ উভতিব ২২০০ মার্কিন সৈনিক

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ মধ্যপ্রাচ্যৰ ৰাষ্ট্র ইৰাকৰ পৰা আগন্তুক কেইটামান সপ্তাহৰ ভিতৰতে আমেৰিকাই…

অগ্নিকাণ্ডত বিধ্বস্ত গ্রীচৰ বৃহত্তম শৰণার্থী শিবিৰ

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ গ্রীচৰ লেছব’ছ দ্বীপত থকা বৃহৎ শৰণার্থী শিবিৰ এটা অগ্ণিকাণ্ডত সম্পূর্ণৰূপে ধ্বংস হৈছে৷…

ন’বেল শান্তি বঁটাৰ বাবে মনোনীত ট্রামৰ নাম

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ দুই বৈৰী ৰাষ্ট্র ইজৰাইল আৰু সংযুক্ত আৰব আমীৰশ্বাহী (ইউএই)ৰ মাজত ঐতিহাসিক শান্তি…

কাবুলত আফগানিস্তানৰ উপৰাষ্ট্ৰপতিক বোমাৰে আক্ৰমণ; মৃত্যু ১০

নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ আফগানিস্তানৰ ৰাজধানী কাবুলত বুধবাৰে দেশখনৰ উপৰাষ্ট্ৰপতিৰ কনভয়ক লক্ষ্য কৰি বোমা নিক্ষেপ…

ভূমধ্য সাগৰক কেন্দ্র কৰি গ্রীচ–তুৰস্কৰ মতানৈক্য

নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ পূব ভূমধ্য সাগৰৰ তেল আৰু গেছ উদ্ঘাটনৰ বাবে নাটোৰ সহযোগী ৰাষ্ট্র তুৰস্কই একপক্ষীয়ভাৱে…

ট্রাম্প আমেৰিকাৰ ৰাষ্ট্রপতি হোৱাটো বিচাৰে লাডেনৰ ভতিজীয়ে

নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ কুখ্যাত সন্ত্রাসবাদী তথা আইছিছৰ মুৰব্বী প্রয়াত ওছামা বিন লাডেনৰ ভতিজী নুৰ বিন লাডিনে…

ভাৰতবিৰোধী কার্যকলাপ ইছলামিক সংগঠনক পুঁজি যোগান–সমর্থন তুৰস্কৰ

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ তুৰস্কৰ ৰাষ্ট্রপতিৰ দ্বাৰা পাকস্থিত সন্ত্রাসবাদী সংগঠনক ভাৰতবিৰোধী সন্ত্রাসবাদী…