আজি ল’ব লগা আছিল দ্ৰোণাচাৰ্য বঁটা, কিন্তু এদিন আগেয়ে হ’ল মৃত্যু…
নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ দ্ৰোণাচাৰ্য সন্মানৰ বাবে নিৰ্বাচিত হৈছিল তেওঁ। আজি খেল দিৱস উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত এই সন্মানপ্ৰাপ্তিৰ অংশীদাৰ হ'ব লগা আছিল। কিন্তু সন্মানৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰ লৈয়ে তেওঁ কালি সম্বৰণ কৰিলে ইহলীলা। মাত্ৰ কেইটামান ঘণ্টাৰ বাবে দ্ৰোণাচাৰ্য বঁটা গ্ৰহণৰ গৌৰৱৰ পৰা বঞ্চিত হোৱা এইগৰাকী খেলগুৰু হ'ল পুৰুষোত্তম ৰায়।
বাংগালুৰু…
Read More...