ডেথ ভেলীত তাপমাত্রা ৫৪.৪ ডিগ্রী চেণ্টিগ্রেড
নিয়মীয়া বাৰ্তা ১৮ আগষ্টঃ আমেৰিকাৰ কেলিফ’র্নিয়াৰ ডেথ ভেলী নেচনেল পার্ক প্রচণ্ড তাপপ্রৱাহৰ বাবে বিভিন্ন সময়ত বিজ্ঞানীসকলৰ মাজত চর্চালৈ আহিছে৷ শেহতীয়াকৈ পৃথিৱীত তাপপ্রৱাহৰ অভিলেখ ঘটিছে ডেথ ভেলীত৷ আমেৰিকাৰ ৰাষ্ট্রীয় বতৰ সেৱাৰ তথ্য অনুসৰি ডেথ ভেলী নেচনেল পার্কত কালি পাৰাস্তম্ভ ১৩০ ফাৰেনহাইট অর্থাৎ ৫৪.৪ ডিগ্রী চেলছিয়াছলৈ ঊর্ধ্বমুখী হয়৷ এতিয়ালৈকে আধুনিক…
Read More...