নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আন্তঃৰাষ্ট্ৰীয়

ছুইজাৰলেণ্ডৰ আল্পছ পৰ্বতৰ শৃংগত ত্ৰিৰংগা

নিয়মীয়া বাৰ্তা, ১৯ এপ্ৰিলঃ এক অভূতপূৰ্ব দৃশ্যৰ সাক্ষী হ'ল সমগ্ৰ বিশ্ব । ছুইজাৰলেণ্ডৰ সৰ্বোচ্ছ পৰ্বতত লাইটৰ সহায়েৰে আলোকিত হ'ল ভাৰতীয় ত্ৰিৰংগা । ছুইজাৰলেণ্ডৰ আল্পছ পৰ্বতৰ মেটাৰহৰ্ণ শৃংগত ত্ৰিৰংগা আলোকিত কৰি ক'ৰোনা ভাইৰাছৰ বিৰুদ্ধে সমগ্ৰ বিশ্বকে এক হৈ যুঁজিবলৈ আহ্বান জনাইছে । উল্লেখ্য যে ছুইজাৰলেণ্ডৰ শিল্পী গেৰি হফছটেটাৰে ১৪,৬৯০ ফুট উচ্চাতাৰ শৃংগত…
Read More...

প্রখ্যাত আমেৰিকান অভিনেতা ব্রায়ান ডেনেহীৰ জীৱনাৱসান

নিয়মীয়া বাৰ্তা, ১৮ এপ্রিলঃ আমেৰিকাৰ বিশিষ্ট অভিনেতা ব্রায়ান ডেনেহীৰ দেহাৱসান ঘটিছে ৷ বিভিন্ন চৰিত্রত হৃদয়স্পর্শী…

সম্রাটলৈ বন্দিত্বৰ পৰা মুক্তি বিচাৰি আবেদন বাছ্মাৰ

নিয়মীয়া বাৰ্তা, ১৮ এপ্রিলঃ কট্টৰ ইছলামিক ৰাষ্ট্র ছৌদি আৰবৰ ৰাজকুমাৰী এগৰাকীয়ে নিজৰ খুৰাক তথা সম্রাট ছলমানলৈ…

নিউ জার্ছী ভ্রমণ কৰা ইভানকাৰ পক্ষত হোৱাইট হাউছ

নিয়মীয়া বাৰ্তা, ১৮ এপ্রিলঃ মাৰাত্মক ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীক প্রতিৰোধ কৰিবলৈ ভ্রমণৰ ক্ষেত্রত থকা বিভিন্ন…

বিশ্বৰ পর্যটন উদ্যোগত চাকৰি হেৰুৱাব কেইবানিযুতো কর্মীয়ে

নিয়মীয়া বাৰ্তা, ১৮ এপ্রিলঃ গোলকীয় পর্যটন উদ্যোগত ক’ভিড–১৯ৰ সংকটৰ বাবে কেইবানিযুতো লোকে কাম হেৰুৱাব ৷ ক’ভিড–১৯ বা…

চীনৰ য়ুহানত পুনৰ ১৩০০ লোকৰ প্রাণহানি

নিয়মীয়া বাৰ্তা, ১৮ এপ্রিলঃ বিশ্বত ক’ৰোনা ভাইৰাছৰ প্রথম অভিকেন্দ্র হিচাপে চিহ্ণিত হোৱা চীনৰ য়ুহানত এই ভাইৰাছবিধত…

চীনৰ বিৰুদ্ধে সৰৱ ইউৰোপ–আমেৰিকা

নিয়মীয়া বাৰ্তা, ১৮ এপ্রিলঃ মাৰাত্মক ক’ৰোনা ভাইৰাছ বা ক’ভিড–১৯ চীনৰ হুবেই প্রদেশৰ য়ুহান চহৰৰ এক পৰীক্ষাগাৰত সৃষ্টি…

২৫ বছৰৰ পিছত আফগানিস্তানত গ্রেপ্তাৰ কাশ্মীৰী সন্ত্রাসবাদী

নিয়মীয়া বাৰ্তা, ১৮ এপ্রিলঃ প্রায় আঢ়ৈ দশক ধৰি নিৰাপত্তা বাহিনীৰ চকুত ধূলি দি পলায়ন কৰি থকা কাশ্মীৰী সন্ত্রাসবাদী…

আমেৰিকাত ২৪ ঘণ্টাত ক’ৰোনাই প্ৰাণ কাঢ়িলে ৪,৪৯১ জনৰ

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ বিশ্বৰ ২১০ খন দেশলৈ বিয়পি পৰা ক'ৰোনা ভাইৰাছে এতিয়া বহু দেশত ভয়াৱহভাৱে সংহাৰ চলাইছে ।…

ক’ৰোনাৰে যুঁজিবলৈ পাকিস্তানলৈ সহায়ৰ হাত আমেৰিকাৰ 

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ ক'ৰোনাৰ সৈতে যুঁজ দিবলৈ অৰ্থসাহায্য বিচাৰি পাক প্ৰধানমন্ত্ৰী ইমৰান খানে সকলোৰে ওচৰত…