৩৮২ ৰহিংগ্যাক উদ্ধাৰ বাংলাদেশৰ বাহিনীৰ
নিয়মীয়া বাৰ্তা, ১৭ এপ্রিলঃ বাংলাদেশৰ উপকূলৰক্ষীয়ে মাজসাগৰত দুমাহ ধৰি অনাহাৰে থকা ৩৮২গৰাকী ৰহিংগ্যা শৰণার্থীক উদ্ধাৰ কৰিছে ৷ এখন নাৱত বিপদসংকুল পৰিস্থিতিত দীর্ঘদিন ধৰি আবদ্ধ হৈ আছিল ম্যানমাৰৰ পৰা পলায়ন কৰা এই ৰহিংগ্যা শৰণার্থীসকল ৷ উল্লেখনীয় যে নাওখনৰ পৰা দুই ডজনতকৈ অধিক ৰহিংগ্যা শৰণার্থীৰ মৃতদেহো উদ্ধাৰ কৰিছে উপকূলৰক্ষীয়ে৷ এই শৰণার্থীসকলে নাৱেৰে…
Read More...